98
নতুন দিল্লীঃ ৩১ মাৰ্চৰ ৰাতি ১২ বজাৰ লগে লগে অন্ত পৰিব জিঅ’ৰ বিনামুলীয়া সেৱা৷ ৯৯ টকা দি প্ৰাইম মেম্বাৰশ্বিপ লোৱাসকলকহে এতিয়া সেৱা আগবঢ়াব জিঅ’ই।
এতিয়ালৈ ৫০ মিলিয়ন লোকে আদৰি লৈছে জিঅ’ৰ প্ৰাইম সদস্যপদ৷ প্ৰাইম মেম্বাৰশ্বিপ লোৱা গ্ৰাহকসকলেহে কম মুল্যতে জিঅ’ৰ সুবিধা উপভোগ কৰিব পাৰিব৷