Home ৰাজ্যৰমজান মাহত আল্লাক সন্তুষ্ট কৰিবলৈ ৪ বছৰীয়া কন্যাক দিলে কোৰবাণী

ৰমজান মাহত আল্লাক সন্তুষ্ট কৰিবলৈ ৪ বছৰীয়া কন্যাক দিলে কোৰবাণী

by News Desk
51 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ ৰাজস্থানৰ জোধপুৰৰ এগৰাকী লোকে ইশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ ৪ বছৰীয়া কন্যা সন্তানক ডিঙি কাটি হত্যা কৰে৷ ২৬ বছৰৰ নৱাব আলী কুৰেশ্বী নামৰ লোকজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে৷ মাংসৰ ব্যৱসায় কৰা নৱাবে শুকুৰবাৰে নিশা নিজ ঘৰতে কন্যা ৰিজৱানক ডিঙি কাটি হত্যা কৰে৷

বৃহস্পতিবাৰে দুপৰীয়া নৱাবে বিভিন্ন সামগ্ৰী কিনি আনি দিয়ে কন্যা ৰিজৱানক৷ নিশা পৰিয়ালৰ সকলোৱে শুই আছিল৷ পৰিয়ালৰ সকলোৱে শুই থকাৰ সময়তে কন্যা ৰিজৱানক নৱাবে কোলাত তুলি ঘৰৰ বাহিৰলৈ ওলাই আহে৷ ওলাই আহি আল্লাহৰ সন্তুষ্ট কৰাৰ বাবে কোৰবাণী দিয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0