59
মুম্বাইঃ বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ অভিনিত ”জলি এল এল বি-২” ছবিখনে মুক্তিৰ প্ৰথম দিনাই ১৩.২০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।
এই ছবিখনত অক্ষয় কুমাৰে জগদীশ্বৰ মিশ্ৰ নামৰ এজন অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিছে। ২০১৩ চনত মুক্তি লাভ কৰা এই ছবিখনৰ হিকুৱেল হিচাপে মুক্তি লাভ কৰা এই ছবিখনৰ পৰিচালক হৈছে সুভাষ কাপুৰ।