49
ছিপাঝাৰঃ ছিপাঝাৰৰ ঐক্যতানৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানত আজি সন্ধিয়া অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে গীত পৰিবেশন কৰে।
এই সাংস্কৃতিক অনুষ্ঠানত হাজাৰ হাজাৰ দৰ্শকৰ বাবে সমাগম হয়। ছিপাঝাৰৰ এই ঐক্যতানৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানত প্ৰয়াত জয়ন্ত হাজৰিকাৰ মৃত্যু তিথি পালন কৰে।