100
newsnextone.com। কাকপথাৰঃ কাকপথাৰত এক্সকেভেটৰ চোৰ দপদপনিয়ে এতিয়া নিদ্ৰাহৰণ কৰিছে আৰক্ষীক। দেওবাৰে তেনে এটা চোৰক আটক কৰা হয়। ধৃত চোৰটো অসম অৰুণাচল সীমান্তৰ বৰডুমছা থানাৰ অন্তৰ্গত কৈলাশপুৰ গাঁৱৰ বাসিন্দা অশোক ভূজেল বুলি জানিব পৰা গৈছে৷
