Home ৰাজ্যআছুই ৭০ শতাংশ কলিতাৰে জীয়াই আছে, কলিতা জনগোষ্ঠী সন্মিলনৰ অধিবেশনৰ সামৰণি

আছুই ৭০ শতাংশ কলিতাৰে জীয়াই আছে, কলিতা জনগোষ্ঠী সন্মিলনৰ অধিবেশনৰ সামৰণি

by News Desk
243 views
A+A-
Reset

ওদালগুৰিঃ কলিতা জনগোষ্ঠী সন্মিলনৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক অধিবেশনৰ দেওবাৰে সামৰণি পৰাৰ লগে লগে নিজম পৰিল ওদাৰগুৰি চহৰৰ ড০ বাণীকান্ত কাকতি ক্ষেত্ৰ। দেওবাৰে পুৱা ৮ বজাত প্ৰাতঃ প্ৰসংগৰ অন্তত দিনৰ ১১.৩০ বজাত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ৰাজ্য খনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ কৃষ্টি তথা লোক সংস্কৃতিৰ প্ৰদৰ্শনেৰে উলিওৱা শোভাযাত্ৰাত প্ৰায় ৫ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।  শোভাযাত্ৰাৰ অন্তত বিয়লি ২.৩০ বজাত ড০ বাণীকান্ত কাকতি ক্ষেত্ৰত আৰম্ভ হয় মুকলি সভা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0