Home ৰাজ্য১৮ কলিতা মন্ত্ৰী-বিধায়কক সৰৱ হ’বলৈ আহ্বান কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ

১৮ কলিতা মন্ত্ৰী-বিধায়কক সৰৱ হ’বলৈ আহ্বান কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ

by News Desk
126 views
A+A-
Reset

গোৰেশ্বৰঃ অসম বিধানসভাৰ সমূহ কলিতা জনগোষ্ঠীৰ মন্ত্রী বিধায়কক একত্রিত হোৱাৰ বাবে আহ্বান জনাইছে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই। সন্থাৰ  সভাপতি অনুপল দত্ত পাঠক, উপসভাপতি সমৰজ্যোতি ডেকা আৰু সাধাৰণ সম্পাদক ভাস্কৰ কলিতা স্বাক্ষৰিত এক বিবৃতিযোগে এই আহ্বান জনোৱা হৈছে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা উক্ত বিবৃতিত  উল্লেখ কৰা হৈছে যে অসমৰ ব্ৰহ্মপুত্র উপত্যকাৰ আটাইটকৈ প্ৰাচীনতম আৰু সৰ্ববৃহৎ  জনগোষ্ঠী হ’লেও কলিতাসকল বৰ্তমান  সকলো দিশতে বঞ্চিত তথা উপেক্ষিত হৈ আছে। 

সংৰক্ষণ ব্যৱস্থাৰ আওঁতাৰ বাহিৰত থকা বাবে কোটা ব্যৱস্থাৰ জৰিয়তে কলিতা জনগোষ্ঠীৰ মেধা ছাত্র ছাত্রী সকলক চূড়ান্তভাবে অপমান তথা বঞ্চিত কৰা হৈছে | কলিতা জনগোষ্ঠীৰ নিবনুৱা আৰু দুখীয়া লোকৰ সংখ্যাও দিনক দিনে বাঢ়ি গৈ আছে | তাৎপৰ্যপূৰ্ণভাৱে কলিতা জনগোষ্ঠীৰ প্ৰায় ১৮  জন মন্ত্রী- বিধায়ক থকাৰ পিছতো তেওঁলোকে কলিতা জনগোষ্ঠীৰ উত্তৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0