96
newsnextone.com:ভূপেন হাজৰিকাৰ দীৰ্ঘদিনীয়া সঙ্গী তথা বিশিষ্টা চলচিত্ৰ নিৰ্মাতা কল্পনা লাজমীৰ আজি পুৱা ৪:৩০ বজাত মুম্বাইৰ এখন ব্যক্তিগত হস্পিতালত মৃত্যু ঘটে।মৃত্যুৰ সময়ত তেখেতৰ বয়স ৬৪ বছৰ আছিল।