Home গুৱাহাটীকমল কুমাৰ মেধি নীচ জাতিৰ ভেজাল কলিতা, জ্যেষ্ঠ গেৰুৱা বুদ্ধিজীৱীৰ মন্তব্য এয়া

কমল কুমাৰ মেধি নীচ জাতিৰ ভেজাল কলিতা, জ্যেষ্ঠ গেৰুৱা বুদ্ধিজীৱীৰ মন্তব্য এয়া

by News Desk
76 views
A+A-
Reset

গুৱাহাটীঃ সততে বিতৰ্কৰ সৃষ্টি কৰি ভালপোৱা গেৰুৱা বুদ্ধিজীৱী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে প্ৰাক্তন কৃষক মুক্তিৰ নেতা কমল কুমাৰ মেধিক ফোনযোগে জাতক ধৰি গালি দিয়াৰ লগতে   ভাবুকি প্ৰদান কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এগৰাকী জ্যেষ্ঠ নাগৰিকে পুত্ৰ সম যুৱকক এনে দৰে ব্যৱহাৰ কৰা কাৰ্যক সচেতন মহলে সহজে লব পৰা নাই৷ দেওবাৰে নিশা কমল কুমাৰ মেধিক ফোনযোগে জাত কি বুলিও প্ৰশ্ন কৰে চক্ৰৱৰ্তীয়ে৷

৯৪৩৫১১২৯৬৮ নম্বৰৰ পৰা একপ্ৰকাৰ ভাবুকি প্ৰদান কৰি কমল কুমাৰ মেধিক চক্ৰৱৰ্তীয়ে কয় “মই আলফাকে কেয়াৰ নকৰো৷ তুমি কোন৷ এয়া নিচ জাতিৰ কাম৷ মোৰ বিৰুদ্ধে গোচৰ তৰি সাহস দেখুৱাইছ “৷ কমল কুমাৰ মেধিক অভব্য-অশ্ৰাব্য গালি-গালাজ কৰা বুলি ও অভিযোগ উত্থাপন হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0