75
কমলপুৰঃ নিজে সতি-সন্ততিৰ মুখ নেদেখি আনৰ সন্তানক নিজৰ কৰি ল’বলৈ চেষ্টা কৰি এজন লোকে অপহৰণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰা ঘটনাই কামৰূপ জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত বাতৰি মতে, যোৱা এবছৰ ধৰি বিদ্যালয়লৈ অহাৰ পথত নিৰুদ্দেশ হোৱা কণমানি পুত্ৰক বিচাৰি চৌদিশ চলাথ কৰি আহিছিল জিলাখনৰ কমলপুৰ থানাৰ অন্তৰ্গত বৰংগাবাৰী নিবাসী মজনুৰ আলীয়ে৷
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!