Home অন্যান্য খবৰবাইহাটাত যুৱকৰ মৃতদেহ উদ্ধাৰ

বাইহাটাত যুৱকৰ মৃতদেহ উদ্ধাৰ

by News Desk
59 views
A+A-
Reset

কমলপুৰঃ কামৰূপ জিলাৰ বাইহাটা ৰেল ষ্টেছনৰ ওচৰৰ ৰেল গে’টৰ ওচৰত আজি ৰাতিপুৱাৰ ভাগত এজন যুবকৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ বগা ক’লা ৰঙৰ টি চাৰ্ট আৰু ছাই ৰঙৰ লংপেন্ট পৰিহিত প্ৰায় ২৮ বছৰীয়া যুৱকজনৰ চলন্ত ৰেলৰ পৰা পৰি মৃত্যু হোৱা বুলি ৰেল আৰক্ষীয়ে সন্দেহ কৰিছে।

মুখত আৰু হাতত আঘাতৰ চিন পষ্ট হৈ থকা জুৱকজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0