121
লালুকঃ বিহপুৰীয়াৰ বদতি জামুগুৰিৰ নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হেমন্ত কলিতা (৫৪)ৰ দেওবাৰে নিশা নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল শিক্ষকগৰাকী৷
উল্লেখ্য যে, ২০০১ চনৰ পৰা কৃতি শিক্ষকগৰাকীয়ে নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনাবেতনে শিক্ষকতা কৰি আহিছিল৷