118
newsnextone.com। কামপুৰঃ কামপুৰ কপিলী দলঙৰ সমীপত অঘটন। ৰাজপথত দাও দাও কৈ জ্বলিল এখন ইয়’ন গাড়ী। দিলীপ বৰা নামৰ লোক জনে কঠীয়াতলীৰ পৰা চৰাইহাগীলৈ আহি থকা অৱস্থাত এই ঘটনা। কথমপি প্ৰাণ ৰক্ষা শিশু সহ চাৰি জনকৈ লোকৰ। জ্বলি শেষ যোৱা বাহন খনৰ নং এএছ-০২ জে-৩৬৮০। বৰ্তমানলৈকে অগ্নিকাণ্ড কাৰণ জানিব পৰা হোৱা নাই।