107
কামপুৰঃ অসমৰ জনসাধৰণৰ বাবে বানপানী, গৰাখহনীয়া অভিশাপ স্বৰূপ৷ বানপানী, গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বিজেপি. অগপ আৰু বিপিএফ দল৷ কিন্তু শাসনৰ গাদী লাভ কৰাৰ পিছতে বানপানী, খৰাখহনীয়াৰ সমস্যাক পাহৰি চৰকাৰ এতিয়া দলীয় বিসম্বাদ তথা হিন্দু-মুছলমানক লৈ ব্যস্ত হৈ পৰিছে৷
