62
ডিজিটেল ডেস্কঃ ষ্টিফেন হকিঙৰ ধৈৰ্য আৰু দৃঢ়তা বিশ্ববাসীৰ বাবে প্ৰেৰণাৰ উৎস৷ বিশ্বৰ মহান বিজ্ঞানীৰ মহাপ্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই মন্তব্য কৰে৷ মহান বিজ্ঞানী তথা শিক্ষাবিদ ষ্টিফেন হকিঙৰ মৃত্যু অত্যন্ত দুঃখজনক৷