58
ডিফুঃ ৰাজ্যৰ পাহাৰীয়া জিলা কাৰ্বি আংলং তথা ডিমা হাচাওক যুটীয়াভাৱে লৈ এখন পৃথক ৰাজ্য গঠনৰ দাবীৰে ২৪ মাৰ্চত জিলা কেইখনৰ বহুকেইটা সংগঠনে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰায় সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ডিফু চহৰৰ মাজেৰে প্ৰতিবাদ সাব্যস্ত কৰি পূব কাৰ্বি আংলঙৰ জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷
