73
ওৰাংঃ বন্ধৰ সমৰ্থকে নেৰিলে এনআৰচি কৰ্মীকো৷ সোমবাৰে পুৱাৰে পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত ওদলগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত কাণকাটাত এগৰাকী এনআৰচিৰ কৰ্মীক ধনু কাঁড়েৰে আক্ৰমণ কৰে৷
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আহ্বান জনোৱা বন্ধৰ সমৰ্থকে ৰাপ পথলৈ ওলাই আহি সন্তাৰস সৃষ্টি কৰাৰ সময়তে আক্ৰমণত আহত হয় NRC কৰ্মী অজয় কৰ্মকাৰ।