Home ৰাজ্যখেৰণি-লামছাখাং গড়কাপ্তানী পথ নিৰ্মাণৰ দাবী

খেৰণি-লামছাখাং গড়কাপ্তানী পথ নিৰ্মাণৰ দাবী

by News Desk
60 views
A+A-
Reset

খেৰণিঃ কংগ্ৰেছ এৰি পৰিবৰ্তনৰ স্বাৰ্থত বিজেপিলৈ গৈ কাৰ্বি স্বায়ত্ত পৰিষদৰ শাসনৰ গাদী দখল কৰা বিজেপিক পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বাট-পথ শীঘ্ৰে উন্নয়ম কৰাৰ দাবী জনাইছে ৰাইজে৷ কাৰ্বি আংলঙৰ জিলাৰ ২০নং বৈঠালাংছ’ বিধান সভা সমষ্টিৰ অন্তৰ্গত খেৰণি-লামছাখাং গড়কাপ্তানী পথত চলাচল কৰিবৰ অৱস্থা নোহোৱা হোৱাত পাহাৰীয়া জিলাৰ ৰাইজে ব্যাপক সমস্যাত পৰিছে৷

পথটো সুদীৰ্য ১২-১৩ বছৰে মেৰামতি নকৰাত বিধ্বস্ত হৈ পৰিছে৷ শিল-বালি নথকা পথটোত বোকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ পথটোৰ পুখুৰীসদৃশ গাঁতসমুহে সমষ্টিটোৰ উন্নয়ণ আৰু বিকাশৰ প্ৰকৃত ছবি দাঙি ধৰে৷ পথটোত লামছাখাঙৰ পৰা মাত্ৰ ১ কিঃমিঃ দুৰত্বত থকা এটা কালভাৰ্টটো পথৰ পৰা খহি যোৱাৰ পাছতো গুৰুত্ব আৰোপ কৰা নাই চৰকাৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0