Home ৰাজ্যদিল্লীত কাৰ্বি স্বায়ত্ত পৰিষদৰ সঁজাতি দল, সুকীয়া ৰাজ্যৰ দাবী

দিল্লীত কাৰ্বি স্বায়ত্ত পৰিষদৰ সঁজাতি দল, সুকীয়া ৰাজ্যৰ দাবী

by News Desk
110 views
A+A-
Reset

ডিফুঃ সুকীয়া ৰাজ্যৰ দাবীত আলোচনাৰ কৰাৰ বাবে কাৰ্বি পাহাৰৰ এটি প্ৰতিনিধি দল মঙলবাৰে দিল্লীত উপস্থিত হয়৷ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত সঁজাতি দলটোৱে মতিলাল নেহেৰু পাৰ্কস্থিত ভাৰত চৰকাৰৰ জনজাতি কল্যাণ মন্ত্ৰী জুৱেল অ’ৰামক সাক্ষাৎ কৰি কাৰ্বি আংলঙৰ বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে৷

তুলিৰাম ৰংহাঙৰ নেতৃত্বত দিল্লীলৈ যোৱা পৰিষদৰ সঁজাতি দলটোত আছে কাৰ্বি স্বায়ত্ত পৰিষদৰ অধ্যক্ষ হৰেণ চিং বে’,  ইএম ক্ৰমে প্ৰদীপ ৰংপি, তৰেন্দ্ৰ ব্ৰক্ষ্ম, জগত চিং ইংতি আৰু এম এচি মঙল চিঙ তিমুঙ ৷ সঁজাতি দলটোৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক স্মাৰক পত্ৰ অৰ্পণ কাৰী কাৰ্বি আংলঙৰ দীৰ্ঘদিনীয়া সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) সন্দৰ্ভত সোঁৱৰাই দিয়াৰ লগতে তিনি পাৰ্বত্য জিলাৰ ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই শীঘ্ৰে,অনুচ্ছেদ ২৪৪(ক) ৰূপায়ণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি স্মাৰক পত্ৰ যোগে আহ্বান জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0