53
newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা কাৰ্য মঙলবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে৷ ৰাজ্যখনত কাৰ চৰকাৰ গঠন হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও বিজেপিয়ে সংখ্যা গৰিষ্ঠতাৰে ৰাজ্যখনত গেৰুৱা চৰকাৰ গঠন কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷
বিজেপিয়ে ৭৫ খন আসনত জয় লাভ কৰাৰ বিপৰিতে ৩০ টা সমষ্টিত এতিয়াও অগ্ৰগতি লাভ কৰি আছে৷ তাৰ বিপৰীতে শাসকীয় কংগ্ৰেছ দলে ৰাজ্যখনৰ ৪৬ টা সমষ্টি নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে৷