80
কাশ্মীৰ: কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠনৰ হিজবুল মুজাহিদীৰ এলাৰ্ট। কোনো কাশ্মীৰি লোকৰ ক্ষতি হ’লে কৰিব কাশ্মীৰত থকা বহিৰাগত বনুৱাক।
এই কথা জাৰি কৰিছে মুজাহিদীয়ে এটা অডিঅ’ ক্লিপৰ জড়িয়তে। হিংসা-জজ্জৰিত কাশ্মীৰত বহিৰাগত লোকৰ নিৰাপত্তাক লৈ শংকাৰ সৃষ্টি হৈছে এই হুংকাৰৰ পিছতে।