9
বৰনদ্দীঃ নলবাৰীত আৰক্ষীৰ বৃহৎ সফলতা৷ আটক কৰিলে বৈতুল্যা আলী নামৰ এজন যুৱকসহ ভালে সংখ্যক নিচাযুক্ত টেবলেট।
উল্লেখ্য যে, নলবাৰী থানাৰ চকত এখন অস্থায়ী পান দোকানেৰে জীৱন যাপন কৰা যুৱকজনে দীৰ্ঘদীনৰপৰা নিচাযুক্ত টেবলেটৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল যদিও বৃহস্পতিবাৰে নলবাৰী আৰক্ষীয়ে গোপন সূত্ৰে পোৱা খবৰৰ ভিত্তিত পুৱা পান দোকান খনত এক অভিযান চলাই ভালে সংখ্যক টেবলেট উদ্ধাৰ কৰে।