68
ডিজিটেল ডেস্কঃ বাইক ভাল পোবা যিকোনো যুৱকক সহজেই অাকৰ্ষণ কৰিবপৰা নতুন ৰূপত অাহিছে ‘কাৱাছাকী’। ৩ লাখ ৯ হাজাৰ টকাৰ এই বিলাসী বাইকখন বৰ্তমান দিল্লীৰ এক্স শ্ব’ৰুমত উপলদ্ধ।
কাৱাছাকী জেড ২৫০ বাইকখনত নতুন ষ্টাইল অাৰু গ্ৰাফিক্সৰে BSIV এমিছন নাৰ্মছৰ সহযোগত মুকলি কৰে।
বাইকখনত উপলদ্ধ ২৪৯ চি চি লিকুইড কুল, ফোৰ ষ্ট্ৰক পেৰেলল টবিন ইঞ্জিন, ৩২ এইচ পিৰ পাৱাৰৰ লগতে ট্ৰান্সমিশ্যনৰ কাৰণে ৬ স্পীডৰ গেয়াৰবক্স দিয়া হৈছে।