7
ডিজিটেল ডেস্কঃ দিল্লী পৌৰ নিগমৰ ২৩ এপ্ৰিলত অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে হোৱা এগজিট প’লত বিজেপি দলটোৱে ব্যাপক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা সঁচা প্ৰমাণিত হ’ল। দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে দখল কৰিলে দিল্লী। ধূলিস্যাৎ অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টি।
MCD NORTH (১০৩/১০৪)