Home ৰাজনীতিঅসমতো ‘AAP’ৰ দৰে দল বিচৰা জুবিন গাৰ্গক ধন্যবাদ কেজৰিৱালৰ

অসমতো ‘AAP’ৰ দৰে দল বিচৰা জুবিন গাৰ্গক ধন্যবাদ কেজৰিৱালৰ

by News Desk
A+A-
Reset
kejriwal-zubeen

গুৱাহাটীঃ ‘কা’ বিৰোধী আন্দোলনক লৈ অসমত সুকীয়া ৰাজনৈতিক দল গঠনৰ চৰ্চা চলি থকাৰ সময়তে শিল্পী জুবিন গাৰ্গক ধন্যবাদ জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ‘কা’ৰ বিৰুদ্ধে অনুষ্ঠিত এক প্ৰতিবাদী সভাত দিল্লীৰ আপ চৰকাৰৰ কাম-কাজক প্ৰশংসা কৰা বাবেই টুইটযোগে শিল্পীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে কেজৰিৱালে।

‘ধন্যবাদ জুবিন গাৰ্গ। যদিহে আমি আমাৰ মৰমৰ দেশখনক প্ৰগতিৰে পথেৰে আগুৱাই নিবলগীয়া হয়, আমি নিশ্চিতভাৱে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰখনক লক্ষ্য কৰিয়েই অভিযান অব্যাহত ৰাখিব লাগিব।’-শনিবাৰে টুইটটোত জুবিন গাৰ্গক ধন্যবাদ জনাই এইদৰে কয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0