68
ডিজিটেল ডেস্কঃ ইনষ্টাগ্ৰামত মা কালীৰ ফটো দি ভাৰতীয়ৰ ৰোষত পৰিছে আমেৰিকাৰ পপ তাৰকা কেটী পেৰী৷ একাউন্টত কালীৰ ফটোৰ সৈতে ছবিখনত কেপচন দিছিল ‘কাৰেন্ট মুড’৷
ছ’ছিয়েল মিডিয়াত ছবিখন ভাইৰেল হোৱাৰ পিছতে শিল্পীগৰাকী সন্মুখীন হৈছে সমালোচনাৰ৷ ভাৰতীয় দেৱীক অপমান নকৰিবলৈ কেটী পেৰীক কালিসাধকসকলে সকিয়াইছে ইনষ্টাগ্ৰামত৷