Home বাণিজ্যখাৰুপেটীয়াত ছাত্ৰ-ছাত্ৰীক বায়ষ্টাট আস্থাৰ জলপানি বিতৰণ

খাৰুপেটীয়াত ছাত্ৰ-ছাত্ৰীক বায়ষ্টাট আস্থাৰ জলপানি বিতৰণ

by News Desk
83 views
A+A-
Reset

খাৰুপেটীয়াঃ কৃষিজাত সামগ্ৰী শাক-পাচলি, ধান, মৰাপাট ইত্যাদি খেতিৰ উৎপাদন উন্নতমানৰ হোৱাৰ লগতে উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ বাবে সৰ্বভাৰতীয় কোম্পানী বায়ষ্টাট আস্থা নামৰ কোম্পানীটোৱে কৃষকসকলৰ মাজত ব্যৱসায় কৰি থকাৰ লগতে কৃষক ৰাইজৰ মাজত কেতবোৰ সামাজিক কামো কৰি আছে।

কোম্পানীৰ সৰ্বভাৰতীয়  জি এম সঞ্জীৱ ৰাহা আৰু উত্তৰ পূৰ্বাঞ্চলৰ আৰ এম পাৰ্থ প্ৰতিম শৰ্মাৰ লগতে অসমৰ টি এম ছহিদুল ইছলামে খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ  ৰৌজলিন বেগম, মফিদুল ইছলাম, আবশ্যামা আৰু ৱাহিদুৰ ৰহমান নামৰ চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত ২৫০০ টকাকৈ এককালীন সাহায্য আগবঢ়ায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0