Home ৰাজ্যঅৰুণোদয় অসমৰ নিৰ্দেশত তপা অসমে অপহৰণ কৰিছে অৰ্ণৱক

অৰুণোদয় অসমৰ নিৰ্দেশত তপা অসমে অপহৰণ কৰিছে অৰ্ণৱক

by News Desk
66 views
A+A-
Reset

তিনিচুকীয়া/মাৰ্ঘেৰিটা/লিডুঃ আলফাৰ এটা দল দিল্লীত শান্তি আলোচনাত ব্যস্ত হৈ থকাৰ সময়তে অসমত আলফা স্বাধীনে সংঘটিত কৰিছে হত্যাকাণ্ড, অপহৰণ কাণ্ড৷ উজনি অসমত আজিও যেন সক্ৰিয় আলফা স্বাধীন৷ উজনিত অস্ত্ৰ, শস্ত্ৰ সৈতে বহু কেডাৰ আজিও সক্ৰিয় হৈ আছে আলফাত৷ সেনা-আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে গিজ গিজাই থকা উজনি অসমত এটাৰ পিছত এটা কাণ্ড সংঘটিত কৰি গৈছে আলফাই৷

তিনিচুকীয়া জিলাৰ বৰডুমছা থানাৰ অন্তৰ্গত সোনজান শিমলুগুৰি গাঁৱত যোৱা ১১ ডিচেম্বৰ নিশা প্ৰায় ৬.৪৫ বজাত আলফাৰ এটি ৩ জনীয়া দলে সামৰিক পোছাকত আহি পিতা পুত্ৰ অন্তেশ্বৰ মহন্ত আৰু কৰুণ মহন্তক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ উত্তজনা অব্যাহত থকাৰ সময়তে এইবাৰ সন্দেহ জনক আলফা স্বাধীনে অপহৰণ কৰে এগৰাকী ব্যৱসায়ীক৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0