নামতিঃ বৰ কৰ্মী মৌ-মাখি৷ মৌ-মাখিয়ে ফুলৰ পৰা মৌ সংগ্ৰহ কৰে৷ ক’লা আৰু মুগা বৰণৰ মৌ মাখিয়ে ফুলৰ পৰাগৰেণু আৰু ৰস সংগ্ৰহ কৰি মৌজোল তৈয়াৰ কৰা। পোৱালী আৰু ৰাণী মৌ-মাখিৰ আলপৈচান ধৰাৰ উপৰিও বাহটোৰ সকলো যাবতীয় কাম কৰ্মী মৌ-মাখিয়ে কৰে।
কৰ্মী মৌ-মাখিয়ে খাদ্যৰ উৎস বিচাৰি বহু দুৰলৈকে ভ্ৰমণ কৰে আৰু ঘূৰি আহি বিশেষ প্ৰকাৰৰ নাচ সংগী মৌ-ৰ আগত প্ৰৰ্দশন কৰে। খাদ্যৰ উৎস ওচৰত হ’লে খৰকৈ গোল গোলকৈ ধ্বংসৰ লগে লগে প্রকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰি অহা কিছুমান জীৱকূল এতিয়া হেৰাই যোৱাৰ উপক্রম ঘটিছে।