Home ৰাজ্যমঙলদৈত ৰাজপথতে গৰু ব্যৱসায়ীক গুলীয়াই হত্যা

মঙলদৈত ৰাজপথতে গৰু ব্যৱসায়ীক গুলীয়াই হত্যা

by News Desk
64 views
A+A-
Reset

মঙলদৈঃ ৰাজ্যত এতিয়া মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰপত্তা নোহোৱা হৈছে৷ এবিএমছুৰ সভাপতি তথা বিটিএডিৰ প্ৰতিবাদী কণ্ঠ লাফিকুল ইছলাম আহমেদক কোকৰাঝাৰত দিন দুপৰতে গুলীয়াই হত্যা কৰাৰ পাছত এইবাৰ মঙলদৈত গৰু ব্যৱসায়ীক গুলীয়াই হত্যা কৰিলে দিন-দুপৰতে৷

দৰং জিলাৰ মঙলদৈ থানাৰ অন্তৰ্গত আউলাচৌকাত আজি বিয়লি ৪ বজাত বাইকত আহি থকা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তই আউলাচৌকাৰ কালিয়াপাৰাৰ গৰু ব্যৱসায়ী মোক্তাৰ আলিক (৪৫) গুলীয়াই হত্যা কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0