Home বিনোদনকিং খানলৈ লিখিলে শচীনে

কিং খানলৈ লিখিলে শচীনে

by News Desk
64 views
A+A-
Reset

ডিজিটেল ডেস্কঃ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ জীৱনৰ ওপৰত আধাৰিত চলচিত্ৰ “শচীন এ বিলিয়ন ড্ৰিমছ”ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছিল বলিউডৰ শ্বাহৰুখ খানে৷ কিং খানে টুইটাৰত শচীনক তেওঁৰ পথ পৰ্দশক বুলি উল্লেখ কৰিছিল৷ শ্বাহৰুখৰ এই টুইটৰ পিছতে শচীনে ধন্যবাদ জ্ঞাপন কৰে৷

টুইটত শচীনে কয় যে জীৱনত বিফলতা নাথাকিলে কোনেও সফল হ’ব নোৱাৰে৷ শ্বাহৰুখৰ কথাই তেওঁক বাকীসকলৰ দৰেই অনুপ্ৰাণিত কৰে বুলি উল্লেখ কৰিছে লিটল মাষ্টাৰে৷ শচীনৰ ওপৰত নিৰ্মিত আত্মজীৱনীমুলক চলচিত্ৰ “শচীন এ বিলিয়ন ড্ৰিমছ” সমগ্ৰ বিশ্বতে ২৬ মেত মুক্তি লাভ কৰিব৷ এতিয়ালৈ চলচিত্ৰখনৰ ট্ৰেইলৰ ইউ টিউবত ২০ মিলিয়ন লোকে চাইছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0