Home ৰাজ্যমুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ চাবুৱা-টেঙাখাত পথ নিৰ্মাণৰ দাবী

মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ চাবুৱা-টেঙাখাত পথ নিৰ্মাণৰ দাবী

by News Desk
106 views
A+A-
Reset

চাবুৱাঃ উন্নয়ণৰ শ্ল’গান দি শাসনৰ গাডী দখল কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত মেৰামতিৰ অভাৱত পুখুৰীত পৰিণত হৈছে এটি পথ৷ জিলা প্ৰশাসন তথা মন্ত্ৰী-বিধায়কে গুৰুত্ব আৰোপ নকৰাত পথটোত গাড়ী-মটৰটো দূৰৰ কথা খোজ কাঢ়িবৰ পৰিবেশ নোহোৱা হৈছে৷

ডিব্ৰুগড় জিলাৰ ঐতিহ্যমণ্ডিত চাবুৱা-টেঙাখাত গড়কাপ্তানী পথটো মেৰামতি নকৰাৰ ফলত পথৰ মাজত গাতৰ সৃষ্টি হোৱাৰ লগতে এজাক বৰষুণ দিয়াৰ লগে লগে পুখুৰীত পৰিণত হয়৷ জৰাজীৰ্ণ পথটো শীঘ্ৰে নিমাৰ্ণ কৰাৰ দাবী জনাই চাবুৱা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0