Home ৰাজ্যকোকৰাঝাৰত আক্ৰাছু কৰ্মীক অপহৰণৰ চেষ্টা, পত্নীক আক্ৰমণ

কোকৰাঝাৰত আক্ৰাছু কৰ্মীক অপহৰণৰ চেষ্টা, পত্নীক আক্ৰমণ

by News Desk
46 views
A+A-
Reset

কোকৰাঝাৰঃ সংখ্যালঘু নেতা তথা এবিএমছুৰ সভাপতি লাফিকুল ইছলামক প্ৰায় দুমাহ পুৰ্বে কোকৰাঝাৰ চহৰত দিন দুপৰতে হত্যা কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ ছাত্ৰ নেতাৰ ঘৰত আক্ৰমণৰ ঘটনা সংঘটিত হয় কোকৰাঝাৰত৷ কোচ-ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠন প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক অবিৰাম ৰায়ৰ ঘৰত শনিবাৰে ১৫-২০জনীয়া দুৰ্বৃত্তৰ দলে অতৰ্কিতে আক্ৰমণ চলায়।

দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে আক্ৰাছু কৰ্মীগৰাকীক অপহৰণৰ চেষ্টা চলাই বিফল হোৱাত ঘৰ দুৱাৰ, গাড়ী ভাঙি চুৰমাৰ কৰে৷ আক্ৰমনৰ ফলত আক্ৰাছু নেতাগৰাকীৰ বাসগৃহৰ খিৰিকীৰ সম্পূৰ্ণ আইনা ভাঙি চুৰ্ণাকৃত হোৱাৰ লগতে দুৰ্বৃত্তই এখন বলেৰ’, আচবাব-পত্ৰ আৰু স্কুটি এখনৰ ক্ষতিসাধন কৰে। দুৰ্বৃত্তই অবিৰাম ৰায়ৰ সহধৰ্মিনীকো আক্ৰমন কৰে। দুৰ্বত্তৰ ৰুদ্ৰমূৰ্তি দেখি অবিৰাম ৰায়ে নিজ ঘৰৰে কোঠা এটিত সোমাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0