76
কোকৰাঝাৰঃ আমি আন আন বাতৰিৰ দৰে এই বাতৰিটোত এখন ফটো সংলগ্ন কৰিছো৷ আপোনালোকে ফটো খন নিশ্চয় প্ৰত্যক্ষ কৰিছে৷ আপোনালোকে ফটো খনত নিশ্চয় কিছুমান শব্দ প্ৰত্যক্ষ কৰিছে৷ আপোনালোকে প্ৰত্যক্ষ কৰা শব্দবোৰ পঢ়িবলৈ চেষ্টা কৰক৷ যিহেতু আপুনি আমাৰ বাতৰিটো পঢ়ি আছে৷ নিশ্চয় আপুনি অসমীয়া ভাষা পঢ়িব জানে৷ আপুনি হয়তো শব্দবোৰ পঢ়িব পৰা নাই৷
