57
কোকৰাঝাৰঃ লাফিকুল হত্যকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই কোকৰাঝাৰ জিলাত পুনৰাই সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ড।
জিলাখনৰ গোসাঁইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তৰ্গত মইনাগুৰী জানাগাঁৱত বুধবাৰে সন্ধিয়া অচিনাক্ত দুষ্কৃতিকাৰীয়ে জহু হাসদা(৬০)নামৰ এজন লোকক গলত ঘপিয়াই ঘপিয়াই নৃশংসভাৱে হত্যা কৰে।