Home ৰাজ্যএন ডি এফ বি (সং)ৰ সদস্যক আটক, গ্ৰেণেড জব্দ

এন ডি এফ বি (সং)ৰ সদস্যক আটক, গ্ৰেণেড জব্দ

by News Desk
99 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ আৰক্ষী আৰু ২১০ নং কোব্ৰা বেটেলিয়নে যৌথ অভিযান চলাই সোমবাৰে ৰিপু সংৰক্ষিত বনাঞ্চলৰপৰা এজন যুৱক আৰু এগৰাকী যুৱতী এন ডি এফ বি (সং)ৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

যৌথ অভিযানত আটকাধীন যুৱকজন ছেৰফাংগুৰী থানাৰ অন্তৰ্গত হাজৰকিয়া গাঁৱৰ ৰবীন ওৱাৰী ওৰফে ৰৌ ৰৌ (২৪) আৰু যুৱতীগৰাকীক চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত গাৰ্লাবাৰীৰ ৰিছিমা নাৰ্জাৰী ওৰফে এন ৰুজু বুলি আৰক্ষীয়ে সদৰি কৰিছে। ধৃত সদস্যদ্বয়ৰপৰা অভিযানকাৰী দলে দুটা গ্ৰেণেড, নগদ টকা, বেগ আদি জব্দ কৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0