Home ৰাজ্যতথ্য জনাৰ আইনক বুঢ়া আঙুলি কৃষ্ণ বৰা বি এড কলেজৰ অধ্যক্ষৰ, যুৱকক এবছৰে নিদিলে বিচৰা তথ্য

তথ্য জনাৰ আইনক বুঢ়া আঙুলি কৃষ্ণ বৰা বি এড কলেজৰ অধ্যক্ষৰ, যুৱকক এবছৰে নিদিলে বিচৰা তথ্য

by News Desk
59 views
A+A-
Reset

newsnextone.com | মোৰাঝাৰঃ হোজাই জিলাৰ লংকাৰ কৃষ্ণ বৰা বি এড কলেজত ব্যাপক অনিয়ম চলি অহাৰ লগতে দেশৰ সদনত গৃহীত হৈ আইনত পৰিণত হোৱা তথ্য জনাৰ আইনক বুঢ়া আঙুলি দেখুওৱাৰ অভিযোগ উত্থাপন হৈছে। অনিয়মৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে জিলা খনৰ মোৰাঝাৰৰ জুহেল আমিন নামৰ এজন যুৱকে ২০১৭ চনৰ ৪ অক্টোবৰত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে কিছু তথ্য বিচাৰি এখন আবেদন দাখিল কৰিছিল যদিও এটা বছৰে সঁচা তথ্য নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

যুৱকজনে ২০১৬-১৭ বৰ্ষৰ ছেপ্তেম্বৰ মাহত নামভৰ্তি কৰা ছাত্ৰৰ সংখ্যা, দৈনিক উপস্থিতিৰ স্বাক্ষৰ, আবেলি পাঠদানৰ ব্যৱস্থা আছেনে নাই ইয়াৰ উত্তৰ বিচাৰিছিল বুলি জানিব পৰা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0