newsnextone.com | ডিজিটেল ডেস্কঃ শনিবাৰে তৃণমূল কংগ্ৰেছে বাৰ্ষিক শ্বহীদ দিৱস পালন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিক তীব্ৰ আক্ৰমণ কৰে। মমতাই ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে ১৫ আগষ্টৰ পৰা অভিযান আৰম্ভ কৰিব বুলি কয়। মমতাই কয় যে বিজেপিৰ বিৰুদ্ধে আমি অভিযান আৰম্ভ কৰিম। বিজেপিৰ বিৰুদ্ধে সেই সময়ত মমতাই আক্ৰমণ কৰে যিটো সময়ত বিজেপিৰ নেতা প্ৰাক্তন সাংসদ চন্দন মিশ্ৰই তৃণমূলত যোগদান কৰে।
আজ #২১জুলাই #শহীদদিবস। আজ থেকে ২৫ বছর আগে ১৯৯৩ সালে ১৩ জন কর্মীকে গুলি করে হত্যা করেছিল তৎকালীন সরকার। প্রত্যেক বছরের মত এবছরও শহীদ স্মরণে ধর্মতলায় আমাদের সমাবেশ অনুষ্ঠিত হতে চলেছে।