Home দেশঅশান্ত মণিপুৰলৈ কেতিয়া উভতিব শান্তি? দিল্লীত কুকি-মেইটেই আৰু কেন্দ্ৰৰ ‘অসফল’ বৈঠক

অশান্ত মণিপুৰলৈ কেতিয়া উভতিব শান্তি? দিল্লীত কুকি-মেইটেই আৰু কেন্দ্ৰৰ ‘অসফল’ বৈঠক

by News Desk
A+A-
Reset
1200-675-23896698-314-23896698-1743847757635

নতুন দিল্লীঃ বিগত ২৩ মাহ ধৰি মণিপুৰত জ্বলি আছে হিংসাৰ দাবানল। ইটোৰ পিছত সিটো সংঘৰ্ষ, মৃত্যুদল, হাজাৰ হাজাৰ লোক গৃহহীন- এই সকলোবোৰৰ মাজতে কেন্দ্ৰৰ ভূমিকাক লৈ বাৰে বাৰে উত্থাপন হৈ আহিছে প্ৰশ্নৰ। শ শ প্ৰতিশ্ৰুতি, ভ্ৰমণ, নিৰাপত্তা বাহিনী নিয়োগ কৰাৰ পিছতো মণিপুৰলৈ শান্তি ঘূৰাই অনাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। আনহাতে বিগত এই ২৩ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰলৈও উত্তৰ-পূবৰ ৰাজ্যখনলৈ নহাক লৈও অব্যাহত আছে আন এক বিতৰ্ক। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পিছত মণিপুৰত বলবৎ হয় ৰাষ্ট্ৰপতিৰ শাসন।

এনে পৰিস্থিতিৰ মাজতে অশান্ত মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ লক্ষ্যৰে শনিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, মেইটেই আৰু কুকি-জো সম্প্ৰদায়ৰ প্ৰতিনিধিৰ মাজত অনুষ্ঠিত হয় প্ৰথমখন ত্ৰিপাক্ষিক বৈঠক। কিন্তু এই বহু প্ৰত্যাশিত বৈঠকৰ পাছতো পৰিস্থিতি অস্পষ্ট হৈয়েই থাকিল। বৈঠকত আলোচনা কৰা বিষয় সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰতিনিধি আৰু ন্যায় মন্ত্ৰালয়ৰ বিষয়াসকলে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0