44
লাহোৱাল: নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধীতা কৰি বুধবাৰে ঘোঁৰামৰা তিনিআলিত বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে।
আছু, আটছা, যুৱ ছাত্ৰ পৰিষদ, অসমীয়া যুৱ মঞ্চ আদিকে ধৰি স্থানীয় ৰাইজৰ সহযোগত এই পথ অৱৰোধ কাৰ্যসূচী আৰম্ভ হয়। সৰ্বানন্দ সোণোৱাল, তপন গগৈ, ঋতুপৰ্ণ বৰুৱা মুৰ্দাবাদ ধ্বনিৰে মুখৰিত হোৱা অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবী উত্থাপন কৰে দলকেইটা।