115
লখিমপুৰঃ লখিমপুৰ জিলাত দেওবাৰে জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ মহাসমাৱেশ ক্ৰিয়া সন্থা খেলপথাৰত অনুষ্ঠিত হয়। এই যুৱ সমাৱেশত বিভিন্ন জিলাৰপৰা অহা লাখৰো অধিক ৰাইজ আহি মহাসমাৱেশত সমবেত হয়।
সমাৱেশত প্ৰতিকুল বতৰে বাধা দিব বিচাৰিছিল যদিও ৰাইজে বহাৰ আসন মূৰৰ ওপৰত লৈ সভাত উপস্থিত থাকে।