57
লখিমপুৰঃ লখিমপুৰত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে উত্তৰ লখিমপুৰ সাহিত্য সভাৰ গ্ৰন্থাগাৰ ‘পাঞ্চাল ভৱন’ৰ দুৱাৰ মুকলি কৰে।
লগতে পাঞ্চাল ভৱনৰ গ্ৰন্থ উন্মোচন কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ কৈলাশ ভট্টাচাৰ্যই।

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.