50
লালুকঃ আমচাঙৰ উচ্ছেদ বন্ধ কৰাৰ দাবীত, কৃষক নেতাক মুক্তি আৰু এন আৰ চিৰ খচৰা প্ৰকাশ কৰাৰ দাবীত লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷
লালুকত ২৫ ঘন্টীয়া অনশণ কাৰ্যসূচী ৰূপায়ণ কৰে৷ অনশণ কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক ৰাজু বৰপাত্ৰ গোহাঁই, লেখন হাজৰিকা, উপদেষ্টা আজাদ হাজৰিকা উপস্থিত থাকি বিজেপি চৰকাৰে মানবীয়তাৰ দিশ পৰিহাৰ কৰি আমচাঙৰ খিলঞ্জীয়া লোকক উচ্ছেদ কৰা কাৰ্যক গৰিহণা দিয়ে৷