Home ৰাজ্যআটাৰীখাটত দিন দুপৰতে বন্যহস্তীৰ বৃহৎ জাক

আটাৰীখাটত দিন দুপৰতে বন্যহস্তীৰ বৃহৎ জাক

by News Desk
120 views
A+A-
Reset

newsnextone.com| আটাৰীখাটঃ প্ৰায় ৫০ টা হাতীৰ জাকে দিনদুপৰতে বনাঞ্চলৰ পৰা আটাৰীখাট চাহবাগিচাত প্ৰৱেশ কৰাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়৷ ভয়ত স্থানীয় ৰাইজে বন বিভাগৰ কৰ্তৃপক্ষক ততাতৈয়াকৈ খবৰ দিয়ে যদিও হাতী খেদিবলৈ বনবিভাগ ব্যৰ্থ হৈ পৰে৷

শেহতীয়াকৈ জানিব পৰা মতে এনে দৰে খাদ্যৰ সন্ধানত দিন দুপৰতে ভূটান পাহাৰ আৰু বৰনদী অভয়াৰণ্যৰ পৰা ওলাই আহিছে বৃহৎ জাকটো৷ বৰ্তমানে হাতীৰ জাকটোৱে নিজ স্থানৰ পৰা লৰ চৰ নোহোৱা বুলি জানিব পৰা গৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0