Home ৰাজ্যবিধায়ক ভাষ্কৰ শৰ্মাৰ সমষ্টিত বিধস্ত ৰাষ্ট্ৰীয় ঘাইপথ

বিধায়ক ভাষ্কৰ শৰ্মাৰ সমষ্টিত বিধস্ত ৰাষ্ট্ৰীয় ঘাইপথ

by News Desk
A+A-
Reset
50e23654-f84d-4376-bac4-46585f1dbd31

লিডুঃ কয়লা নগৰী ৰূপে খ্যাত মাৰ্ঘেৰিটাত মৰনফান্দত পৰিণত হৈছে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ বিধায়ক ভাষ্কৰ শৰ্মাৰ গৃহ সমষ্টি হ’ল এই মাৰ্ঘেৰিটা৷  বৃহৎ বৃহৎ যান বাহনৰ চলাচল কৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাত! য’ত এতিয়া সঘনাই সংঘটিত হ’বলৈ ধৰিছে ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা৷ আজি বৰগোলাইত বিধস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে কেইবাখনো বাহন দুৰ্ঘটনাগ্ৰস্ত হ’বলগীয়া হয়৷  

যাৰ বাবে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ৷ প্ৰায় দুঘন্টা সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধহৈ পৰে দুই শতাধিক যানবাহন৷ উল্লেখ্য যে, লিডু, বৰগোলাই, টিৰাপ আদি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা দেখিলে এতিয়া সাধাৰণ ৰাইজৰ চকু কপালত উঠিব৷ কিয়নো উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ লগতে চোৰাং কয়লাৰ বৃহৎ বৃহৎ গাড়ীয়ে এতিয়া একেবাৰে বিধ্বস্ত কৰি তুলিছে ৰাষ্ট্ৰীয় ঘাইপথছোৱা৷ বিভিন্ন সময়ত নানান অৰাজনৈতিক দল সংগঠন সমূহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি আহিছে যদিও গা-লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0