লিডুত আমছুৰ প্ৰতিবাদী সমদল… তিনি শতাধিক নেতা-কৰ্মীয়ে উত্তাল কৰিলে লিডুৰ...

Home ৰাজ্যলিডুত আমছুৰ প্ৰতিবাদী সমদল… তিনি শতাধিক নেতা-কৰ্মীয়ে উত্তাল কৰিলে লিডুৰ ৰাষ্ট্ৰীয় ঘাইপথ

লিডুত আমছুৰ প্ৰতিবাদী সমদল… তিনি শতাধিক নেতা-কৰ্মীয়ে উত্তাল কৰিলে লিডুৰ ৰাষ্ট্ৰীয় ঘাইপথ

by News Desk
160 views
A+A-
Reset

উজ্জ্বল চৌধুৰী, লিডুঃ লিডুত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুয়ে সাব্যস্ত কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী৷ সংগঠনটোৰ লিডু আঞ্চলিক পৰিষদে বুধবাৰে লিডুৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক সজাগতামূলক সমদল বাহিৰ কৰে৷ মাৰ্ঘেৰিটা তথা লিডুৰ বিভিন্ন অঞ্চলত অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা বিভিন্ন অপৰাধমূলক কাৰ্য শীঘ্ৰেই প্ৰতিৰোধৰ দাবীত সংগঠনটোৱে এনে দৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ন কৰে৷ 

সংগঠনটোৰ মুল দাবী নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলন শীঘ্ৰেই বন্ধ কৰা, সমাজৰপৰা কু-সংস্কাৰ আৰু অন্ধবিশ্বাস দূৰ কৰা, শিশু শ্ৰমিক বন্ধ কৰা, বিভিন্ন স্থানত মুক্তভাৱে চলি থকা অবৈধ জুৱা খেল বন্ধ কৰা৷ লিডু পাটকাই খেলপথাৰৰপৰা লিডু কলেজ তিনিআলিলৈকে পদযাত্ৰা কৰি সংগঠনটোৰ প্ৰায় তিনি শতাধিক নেতা কৰ্মীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0