70
লিডুঃ ভাৰতবৰ্ষৰ সংবিধান আৰু গণতন্ত্ৰক ৰক্ষাৰ লগতে নিৰাপত্তা দিশত জনসাধাৰনক সুনিশ্চিত কৰাৰ দাবীত বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডু কলেজ তিনিয়ালিত এক বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে৷
সংগঠনটোৰ স্পষ্ট অভিযোগ ভাৰতীয় সংবিধানত নাগৰিক সকলৰ যি মৌলিক অধিকাৰ দিয়া হৈছে সেয়া বহু পৰিমানে সাম্প্ৰতিক পৰিস্থিতিত খৰ্ব হোৱাৰ দিশে ধাৱমান৷