134
ওদালগুৰিঃ ওদাগুৰিৰ জ্যেষ্ঠ তথা চৰকাৰী অধিবক্তা, বি পি এফৰ নীতি নিৰ্ধাৰণ সমিতিৰ সদস্য তথা আদিবাসী বিশিষ্ট নেতা ফিলিমন বাস্কেৰ (৫৯) মঙলবাৰে পুৱা মৃত্যুঘটে।
দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত বাস্কে গুৱাহাটীৰ ছানভেলী হাস্পাতালত চিকিৎসাধীন হৈ আছিল। আজি বাস্কেৰ মৃতদেহ নিজ ঘৰৰপৰা ওদালগুৰি জিলা বি পি এফৰ কাৰ্যলয়লৈ লৈ অনা হয়।