Home ৰাজ্যঅৰুণাচলৰ লংডিঙত এন এছ চি এনৰে সংঘর্ষত সেনাৰ লেন্স নায়ক নিহত, আহত ৩ জোৱান

অৰুণাচলৰ লংডিঙত এন এছ চি এনৰে সংঘর্ষত সেনাৰ লেন্স নায়ক নিহত, আহত ৩ জোৱান

by News Desk
A+A-
Reset
598270ed-0326-4b85-a2a4-c37cd9a9a618

অসম-অৰুণাচল সীমান্তৰপৰা উজ্জ্বল চৌধুৰী, লিডুঃ অৰুণাচল প্ৰদেশৰ লংডিং জিলাত উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা অভিযানত শনিবাৰে এন এছ চি এনৰ ইছাক মুইভা গোটৰ লগত সংঘর্ষত ভাৰতীয় সেনাৰ লেন্স নায়ক এজন শ্বহীদ হোৱাত সেনা আৰু আৰক্ষীৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে যোৱা কেইদিনমানৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ লংডিং জিলাত ভাৰতীয় সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই এন এছ চি এনৰ ইছাক মুইভা গোটৰ কেপ্টেইন এজনক গুলীয়াই হত্যা কৰাৰ পাছত ইতিমধ্যে নগা উগ্ৰপন্থী আৰু সেনাৰ মাজত সংঘাত তীব্ৰতৰ হোৱা পৰিলক্ষিত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0