130
উজ্জ্বল চৌধুৰী, মাৰ্ঘেৰিটাঃ তিনিচুকীয়া আৰক্ষী আৰু সেনাই অভিযান চলাই ডুমডুমাৰ ডাঙৰী অঞ্চলৰপৰা এজন দুৰ্ধৰ্ষ আলফা কেডাৰক গ্ৰেপ্তাৰ কৰে।
গোপন সূত্ৰৰ পম খেদি তিনিচুকীয়াৰ আৰক্ষী বিষয়া শিলাদিত্য চেতিয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ আলফা স্বাধীনৰ কেডাৰজনক।